Updated April 13th, 2020 at 19:49 IST

Rongali Bihu wishes in Assamese language to send to your friends and family

Rongali Bihu is falling on April 14 this year and marks the beginning of the new year for Assamese people. Here are Rongali Bihu wishes in Assamese.

Reported by: Anushka Pathania
| Image:self
Advertisement

Rongali Bihu is a festival that is celebrated in the state of Assam and other Northeastern states in India. It marks the beginning of Assamese new year. Different communities of Assam celebrate this festival together irrespective of their communities and celebrate the unity in diversity. Here are Rongali Bihu wishes in Assamese.

Read | Farmers Will Not Face Any Hardship In Selling Wheat, Says UP Govt

Read | Prez Greets People On Harvest Festivals, Lauds Contribution Of Farmers

Rongali Bihu wishes in assamese

  1. *নিয়ৰ সৰা গধুলি* *মাঘ মাহৰ জাননী* *মেজিৰ তলৰ ধেমালি * *চোৱা আহি পালে ভোগালি * ।। ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো ।। 
  2. ভোগালী বিহুৰ শুভেচ্ছা জনালো।
  3. সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো। 
  4. ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে
  5. মোৰ ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি , শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে ...
  6. সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছো। ভোগালী বিহু যদিও ভোগৰ উছৱ,ইয়াৰ অন্তৰ্নিহিত গুৰুত্ব ব্যাপক আৰু অপৰিসীম। বাপতিসাহোন এই বিহুৱে জাতিটোক একতাৰ ডোলেৰে বান্ধি অধিক শক্তিশালী ৰূপত থিয় কৰায় আৰু সেয়ে বৰ্তমানৰ এই জটিল সন্ধিক্ষণত এইবেলিৰ বিহু যেন অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। সমাজৰ যত অসূয়া-অপ্ৰীতি,হিংসা-বিদ্বেষ আছে সকলোবোৰ মেজিৰ জুইত জাহ যাওঁক আৰু সকলোৰে জীৱনবোৰ সুখ,সমৃদ্ধি তথা স্বাচ্ছন্দ্যৰে ভৰি পৰক।🙏
  7. সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।‌
  8. ভোগালী বিহুৰ শুভেচ্ছাৰে.......
  9. মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক । ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক । ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক | ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।
  10. ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালো"""""
  11. সকলোকে ভোগালী বিহুৰ ওলগ জনালো আগতীয়াকৈ
  12. সুপ্ৰভাত .. মোৰ সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ...
  13. সুপ্ৰভাত সকলোলৈকে ,লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ......
  14. জীৱনৰ ৰং গ্ৰুপৰ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো। সকলোৰে পেটবোৰ ভালে থাকে যেন যাতে বাহঁনি, ঘাহঁনি আদিলৈ দৌৰিব লগা নহয়।
  15. ভোগালী বিহুৰ শুভেচ্ছাৰে | সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক.....
  16. আগন্তক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো
  17. উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ/আপোনাসবলৈ জনাইছো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।🔥🔥 নয়ন 🔥🔥
  18. *আশাঁতে জীয়াই থাকে মানুহৰ হেপাঁহ আৰু হেপাঁহতেই থাকে কৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য তাৰ পিছত ফল* *সকলোলৈ বিহুৰ শুভেচ্ছাথাকিল*
  19. মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক ; ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ; ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক☺ তাৰেই কামনাৰে.... ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।♥
  20. বহাগ মাথোঁ এটি ঋতু নহয়

    নহয় বহাগ এটি মাহ

    অসমীয়া জাতিৰ ই আয়ুস ৰেখা

    গণ জীৱনৰ ই সাহ “

    সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা থাকিল

  21. আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈকে বহাগ বিহু/ ৰঙালী বিহু, তথা আগন্তুক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
    মোৰ এয়াই কামনা যাতে আহি থকা সময়ত সকলো সুখ আৰু সুস্বাস্থ্যৰ গৰাকী হওঁক। 

Read | This Bihu Song Of Assam Police Is Winning Hearts Amid Covid-19 Lockdown For Its Message

Read | Police Constable Walks 450 Km From Kanpur To Jabalpur To Join Duty Amid COVID-19 Lockdown

Image Credits: Shutterstock

Advertisement

Published April 13th, 2020 at 19:58 IST